বৰশী(চলচ্চিত্ৰ)

Borosi
Directed by Prodyut Kumar Deka

বৰশী ২০১৪ চনৰ এখন অসমীয়া সাসপেন্স ছবি, পৰিচালনা প্ৰদ্যুৎ কুমাৰ ডেকাৰ। ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী দীনেশ গোস্বামীৰ ৰচিত কাহিনীৰ আধাৰত ছবিখন নিৰ্মিত। ২০১৪ চনৰ ১৮ এপ্ৰিলত ছবিখন মুক্তি পাইছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Borosi online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Prodyut Kumar Deka
Screenplay
Dinesh Goswami

নিৰ্মাণ Production

মঞ্জুশ্ৰী ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ বেনাৰত দেৱাশীষ গোস্বামীয়ে ছবিখন প্ৰযোজনা কৰিছিল। অভিনয়ত আছে তৌফিক ৰহমান, মধুস্মিতা বৰকোটকী, জৱন দত্ত, নয়ন প্ৰসাদ, মল্লিকা শৰ্মা আৰু কাজৰী কোঁৱৰ।

জানেনে? Trivia

  • The story was written by Dinesh Goswami, a politician who served as India's Law Minister.

Sources

  1. Wikidata, Wikimedia Foundation
  2. Wikipedia (English), Wikimedia Foundation
  3. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Prodyut Kumar Deka

Also from 2014