ক'ত চাব Where to watch
We don't know of a legal way to watch Upapath online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
লেখক ইন্দ্ৰনীল নিজৰ নবতম উপন্যাস উপপথ লিখিবলৈ গুৱাহাটীলৈ আহে। উপন্যাসখন বস্তি জীৱনৰ আধাৰত লিখিবলগীয়া হোৱাত প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ তেওঁ বস্তি অঞ্চলতে এটা কোঠা ভাৰা লৈ থাকে। তাতেই তেওঁ নানা বিচিত্ৰ চৰিত্ৰৰ সন্মুখীন হয়।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Hemanta Dutta
নিৰ্মাণ Production
বিশ্বনাথ চাৰিআলিৰ ইউনাইটেড চলচ্চিত্ৰ প্ৰডাকচনৰ বেনাৰত ছবিখন ক'লা-বগাত নিৰ্মাণ কৰা হয়, মুখ্য প্ৰযোজক প্ৰমোদ বৰুৱা। পৰিচালনা কৰিছে হেমন্ত দত্তই। নাট্যকাৰ প্ৰফুল্ল বৰাৰ উপপথ মঞ্চনাটৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা হৈছে। মুখ্য ভূমিকাত আছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱা।
জয়ন্ত হাজৰিকাৰ সুৰৰ ভিত্তিত মনীষা হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। গীত লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ আৰু হেমন্ত দত্তই।
জানেনে? Trivia
- Upapath was Mridula Baruah's first film as an actor, though her first release was Moromi (1978).
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.