ক'ত চাব Where to watch
We don't know of a legal way to watch Pratidan online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Dara Ahmed
নিৰ্মাণ Production
কাহিনী আৰু চিত্ৰনাট্য দুয়োটা প্ৰমোদ বৰুৱাৰ, পৰিচালনা দাৰা আহমেদৰ। মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱালে চিত্ৰগ্ৰহণ কৰে। অভিনয়ত আছে নিপন গোস্বামী, বিদ্যা ৰাও, ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া আদি।
সহকাৰী পৰিচালক আছিল জয়ন্ত নাথ, দ্বিজেন মহন্ত আৰু প্ৰাঞ্জলপ্ৰতিম নেওগ; শব্দযন্ত্ৰী অনিল তালুকদাৰ, যতীন শৰ্মা আৰু নাজু; ৰূপসজ্জা বংশী দাসৰ। ছবিখন ১৯৮৭ চনৰ ১১ ডিচেম্বৰত মুক্তি পায়।
সমালোচনা Reception
ছবিখনে ৰাইজৰ বিপুল সঁহাৰি পাইছিল। কিছুদিন গুৱাহাটীৰ কেইবাখনো ছবিঘৰত ই পূৰ্ণ প্ৰেক্ষাগৃহত চলিছিল।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.