ক'ত চাব Where to watch
We don't know of a legal way to watch Nayak online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Munin Barua
- Music director
- Zubeen Garg
নিৰ্মাণ Production
পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা ছবিখন পৰিচালনা কৰিছিল মুনিন বৰুৱাই। মুখ্য ভূমিকাত অভিনয় কৰিছিল যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদে।
সংগীত পৰিচালনা জুবিন গাৰ্গৰ। গীতৰ কথা লিখিছিল হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। কণ্ঠ দিছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন, অৰ্ণৱ চক্ৰৱৰ্তী, ছান আৰু পামেলা জৈনে।
সমালোচনা Reception
এই ছবিখনৰ বাবে মুনিন বৰুৱাই সেই বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.