ক'ত চাব Where to watch
We don't know of a legal way to watch Bisesh Erati online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Upen Kakati
- Music director
- Upen Kakati
নিৰ্মাণ Production
লক্ষ্মীনন্দন বৰাৰ একে নামৰ গল্পৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। ছবিৰ উপযোগীকৈ বৰাই কাহিনীটো নতুনকৈ সজাই দিছিল। উপেন কাকতিৰ উদ্যোগত ৰাইজৰ দান-বৰঙনিৰে ছবিখন নিৰ্মাণ কৰা হৈছিল।
ছবিৰ সংগীত পৰিচালনা, গীত ৰচনা আৰু সুৰ উপেন কাকতিৰেই। গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, কুল বৰুৱা, অনিমা ভট্টাচাৰ্য আৰু ৰীণা শৰ্মাই।
জানেনে? Trivia
- The director of this horror film was chiefly known as a music director and the creator of many popular songs.
- It was made with donations and contributions from the public.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.