ক'ত চাব Where to watch
We don't know of a legal way to watch Pratighaat online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Hiranya DekaShidhartha SharmaAshramika Saikia
Aimee BaruahAmrita GogoiBishnu KharghoriaDiganta Hazarika
Crew
- Director
- Achinta Shankar
নিৰ্মাণ Production
ছবিখনৰ কাহিনী ৰাজদ্বীপে লিখা আৰু প্ৰযোজক নৰেন্দ্ৰ এন সিংহ আৰু নলিনী ৰয় গায়াৰী। ইচু প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ বিতৰণ কৰিছে নৰমান ষ্টুডিঅ' ৱৰ্কছে। অমৃতা গগৈ আৰু দিগন্ত হাজৰিকাই মুখ্য ভূমিকাত আৰু আশ্ৰমিকা শইকীয়াই শিশুশিল্পী হিচাপে অভিনয় কৰিছে। অভিনয় শিল্পীৰ তালিকাত এমি বৰুৱা, বিষ্ণু খাৰঘৰীয়া, হিৰণ্য দেকা আৰু সিদ্ধাৰ্থ শৰ্মাও আছে।
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.