ক'ত চাব Where to watch
We don't know of a legal way to watch Pole Pole Ure Mon online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Timothy Das Hanse
নিৰ্মাণ Production
ডিফুৰ হিলছ ম'চন পিকচাৰ্ছ এছ'চিয়েচনৰ বেনাৰত ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ আৰু বিউটি বৰুৱাই ছবিখন প্ৰযোজনা কৰে। অভিনয়ত আছে নিপন গোস্বামী, মলয়া গোস্বামী, বৰষা ৰাণী বিষয়া, গায়ত্ৰী মহন্ত, ৰবি শৰ্মা, ৰিম্পী দাস, পৰিণীতা, তৰুণ অৰোৰা আদি।
সংগীত পৰিচালনা তিমথি দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্তৰ। ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো ছবিখনত শিশুশিল্পী আস্থাজিতা বৰদলৈয়ে গাইছে।
জানেনে? Trivia
- Hindi film actor Raza Murad and former Assam chief minister Tarun Gogoi appear in cameo roles.
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.