ক'ত চাব Where to watch
We don't know of a legal way to watch Ghar Sansar online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Siba Prasad Thakur
নিৰ্মাণ Production
ছবিখনৰ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰ আৰু প্ৰযোজক আৰ বি মেহতা আৰু এন পি এন নায়াৰ। অভিনয় শিল্পীসকলৰ ভিতৰত বিজয় শঙ্কৰ, বিজু ফুকন, বিদ্যা ৰাও আৰু নিপন গোস্বামী আছে। সংগীত পৰিচালনা কৰিছিল বসন্ত-মাণিকে।
সমালোচনা Reception
বাণিজ্যিক দিশত ছবিখনে যথেষ্ট সফলতা লাভ কৰিছিল বুলি জনা যায়।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.