ধৰ্মকাই

Dharmakai
Directed by Bhaben Das

ধৰ্মকাই ভবেন দাসে পৰিচালনা কৰা আৰু জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা এখন ক'লা-বগা অসমীয়া ছবি। সংগীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। বিজু ফুকন, ইলা কাকতি আৰু প্ৰশান্ত হাজৰিকাই মূল চৰিত্ৰত অভিনয় কৰিছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Dharmakai online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Bhaben Das
Music director
Jayanta Hazarika

নিৰ্মাণ Production

ছবিৰ কাহিনী আৰু সংলাপ প্ৰসন্ন কুমাৰ বৰুৱাৰ; চিত্ৰনাট্য ভবেন দাস আৰু প্ৰসন্ন কুমাৰ বৰুৱাই লিখিছিল। শব্দগ্ৰহণ কৰিছিল অৱনী চেতাৰ্জীয়ে।

জয়ন্ত হাজৰিকাই সংগীত দিয়া ছবিখনত চাৰিটা গীত আছে। নিৰ্মলা মিশ্ৰ আৰু জয়ন্ত হাজৰিকাই কণ্ঠ দিয়া গীতকেইটা যথেষ্ট জনপ্ৰিয় হৈছিল।

জানেনে? Trivia

  • The film was produced by a cooperative society, the Jyoti Samabay Samiti.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Bhaben Das

Also from 1976