ক'ত চাব Where to watch
We don't know of a legal way to watch Bhal Pabo Najanilu online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
ছবিৰ নায়ক আঢ্যৱন্ত ঘৰৰ যুৱক আৰু আইনৰ ছাত্ৰ। ঘৰুৱা সমস্যা আৰু প্ৰেমৰ দোমোজাত পৰি তেওঁ কেনেকৈ সিদ্ধান্ত লৈ আগবাঢ়ে আৰু প্ৰেমক কেনেকৈ উপলব্ধি কৰে, সেয়াই ছবিখনত দেখুওৱা হৈছে।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Rhituraj Dutta
নিৰ্মাণ Production
ঋতুৰাজ দত্তই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰে; সহযোগী পৰিচালক ৰাজীৱ দত্ত আৰু মুখ্য সহকাৰী হেমন্ত গগৈ। কাহিনী ধ্যানজ্যোতি বৰাৰ, যিজনে ছবিত অভিনয়ো কৰিছে। চিত্ৰনাট্য ঋতুৰাজ দত্ত, হেমন্ত নেওগ আৰু আছিফ জাবেদৰ আৰু সংলাপ হেমন্ত গগৈৰ। চিত্ৰগ্ৰহণ পৃথ্বিৰাজ দত্তৰ আৰু সম্পাদনা গৌৰৱ বণিয়াৰ।
গীতৰ কথা, সুৰ আৰু সংগীত আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। জুবিন গাৰ্গ, অংগৰাগ মহন্ত, দীক্ষু আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠদান কৰিছে। সংগীত ব্যৱস্থাপনা দীপকেশ বুঢ়াগোহাঁই, নীলোৎপল বৰা, মানস বৰা আৰু তৰুণ তন্ময়ৰ।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.