চুমা পৰশতে

Chuma Porosote

চুমা পৰশতে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰত মুক্তি পোৱা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া ছবি। নিৰি প্ৰডাক্‌চনৰ বেনাৰত জোনমণি দেৱী খাউণ্ডে ছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী ৰচনা কৰিছে। মূল ভূমিকাত অভিনয় কৰিছে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জীয়ে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Chuma Porosote online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Junmoni Devi Khaund

নিৰ্মাণ Production

জোনমণি দেৱী খাউণ্ডে প্ৰযোজনা, পৰিচালনা আৰু কাহিনীৰ দায়িত্ব লৈছিল, কাৰ্যবাহী প্ৰযোজক আছিল জয়ন্ত খাউণ্ড। চিত্ৰনাট্য আৰু সংলাপ চিৰন্তন মহন্তৰ। চিত্ৰগ্ৰহণ নৱ কুমাৰ দাসৰ, সহকাৰী চিত্ৰগ্ৰহণকাৰী প্ৰফুল্ল ৰাভা, আৰু নৃত্য নিৰ্দেশনা বাপ্পা আহমেদ আৰু ৰনি চাহুৰ।

ছবিৰ সংগীত পৰিচালনা কৰিছে চাজন নায়ক আৰু মণীষা বৰদলৈয়ে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, চাজন নায়ক, মণীষা, প্ৰণামিকা আৰু তৃণ শৰ্মাই।

জানেনে? Trivia

  • The female lead was played by Debasmita Banerjee, an actress from West Bengal.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2014