ক'ত চাব Where to watch
We don't know of a legal way to watch Bristi online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Deuti Barua
- Music director
- Jayanta Hazarika
নিৰ্মাণ Production
জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। অভিনয়ত আছে বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া, ইলা কাকতি, দেউতি বৰুৱা আৰু ৰুদ্ৰ গোস্বামী।
ছবিৰ সংগীত পৰিচালনা জয়ন্ত হাজৰিকাৰ আৰু গীত লিখিছে ভূপেন হাজৰিকাই। কণ্ঠ দিছে জয়ন্ত হাজৰিকা, কুল বৰুৱা আৰু নিৰ্মলা মিশ্ৰই।
সমালোচনা Reception
সত্তৰৰ দশকত অসমীয়া চলচ্চিত্ৰ জগতত বহু কেইজন প্ৰতিভাশালী পৰিচালকৰ আবিৰ্ভাৱ হৈছিল। সেই দশকত নিৰ্মিত অৰ্থবহ অসমীয়া ছবিৰ ভিতৰত বৃষ্টি অন্যতম বুলি গণ্য কৰা হয়। দুৰ্নীতি আৰু শিক্ষিত নিবনুৱাৰ হা-হুতাশ আৰু ক্ষোভৰ চিত্ৰ ইয়াত বিশেষভাৱে পৰিস্ফুট হৈছিল।
জানেনে? Trivia
- Bishnu Kharghoria began his film acting career with this film, playing an angry, educated, unemployed young man.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.