ক'ত চাব Where to watch
We don't know of a legal way to watch Baan online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
নদীদ্বীপ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান। প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই মাজুলীক জুৰুলা কৰি আহিছে। বান নিয়ন্ত্ৰণৰ নামত চৰকাৰী বিষয়া আৰু ঠিকাদাৰসকলে দুৰ্নীতি কৰে। এই দুৰ্নীতিৰ বিৰুদ্ধে এজন স্বাধীনতা সংগ্ৰামীৰ ডেকা পুত্ৰই ঠিয় দিয়ে। থুলমূলকৈ এয়ে ছবিখনৰ কাহিনী।
নিৰ্মাণ Production
ডো-ৰে-মি ফিল্মছৰ বেনাৰত চাৰু কমল হাজৰিকাই ছবিখন পৰিচালনা কৰিছিল। সংগীত পৰিচালনা কৰিছিল নয়নে আৰু শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত অভিনয় কৰিছিল পূৰ্ণিমা পাঠক শইকীয়া আৰু চন্দ্ৰ নাৰায়ণ বৰুৱাই।
Filming locations
- Majuli - the river island where the story is set
সমালোচনা Reception
৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৬) ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। এই বঁটাত প্ৰযোজকলৈ ২০,০০০ টকা আৰু পৰিচালকলৈ ১০,০০০ টকা নগদ ধন আগবঢ়োৱা হৈছিল।
বঁটা Awards
| Year | Award | Category | Recipient | Result |
|---|---|---|---|---|
| National Film Awards | National Film Awards | Film | Won |
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.