ক'ত চাব Where to watch
We don't know of a legal way to watch Abhadra online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Aman Kumar
নিৰ্মাণ Production
ছবিখন এ-টু ক্ৰিয়েছন্ছৰ বেনাৰত প্ৰযোজনা কৰিছে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ। মুম্বাইৰ প্ৰযোজক অৰূপ অধিকাৰীয়ে ইয়াৰ আগতে 'দহেক: দ্য ৰেষ্টলেছ মেন' নামৰ এখন হিন্দী ছবি পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। নৱাগত পৰিচালক অমন কুমাৰে আগতে বালাজী টেলিফিল্ম্ছ, ছাহাৰা ৱান আদি প্ৰডাকচন কোম্পানী আৰু ছেটেলাইট চেনেলত ক্ৰিয়েটিভ নিৰ্দেশক আৰু চিত্ৰনাট্য লেখক হিচাপে কাম কৰিছিল।
অভিনয়ত আছে চিৰঞ্জিত বৰা, ইন্দুমৌলি নেওগ, ফেৰীপ্ৰিয়া আহমেদ, দীপক ৰয়, বিপুল ৰাভা আৰু শশাংক শেখৰ। চিত্ৰগ্ৰহণ মায়াংক শৰ্মা, বিপুল দাস, সিদ্ধেশ্বৰ আৰু ভাস্কৰ কাশ্যপৰ, সম্পাদনা ৰোহন কণ্টাকৰ।
সংগীত আৰু আৱহ সংগীত বিপুলেন্দ্ৰ হালৈৰ, গীতৰ কথা আক্ৰাম উদ্দিনৰ। গীতত কণ্ঠ দিছে মধুস্মিতা বৰঠাকুৰ, প্ৰীতম দত্ত, নেহা সিং, সুপ্ৰিয়া পাঠক আৰু গ্ৰেগ শৰ্মাই।
Filming locations
- Guwahati - principal shooting location
- Sonapur - shooting location
- Shillong - shooting location
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.