ক'ত চাব Where to watch
We don't know of a legal way to watch Ranangan online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Pranabjyoti Bharali
নিৰ্মাণ Production
ছবিখন ডি জে ফিল্মছৰ বেনাৰত নিৰ্মিত; প্ৰযোজনা কৰিছে মৃণাল দাসে আৰু পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ভৰালীয়ে। ৰবি শৰ্মাৰ কাহিনীৰ আধাৰত ডাঃ নয়ন জ্যোতি তালুকদাৰে চিত্ৰনাট্য প্ৰস্তুত কৰিছে আৰু সংগীত দিছে নিপন চুতীয়াই। চিত্ৰগ্ৰহণ বেদদ্যুতি দত্তৰ, আৰু কৰিঅ'গ্ৰাফাৰ উদয় শংকৰ, পংকজ ইংতি আৰু হেমেন শৰ্মা।
অভিনয়ত আছে ৰবি শৰ্মা, পল্লৱী মেধি, হিৰণ্য ডেকা, ব্ৰজেন বৰা আৰু প্ৰতুল ডেকা, শিশুশিল্পী হিচাপে ধনস্মিতা। প্ৰস্তুতি পৰাশৰে এটা গীতত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.