ক'ত চাব Where to watch
We don't know of a legal way to watch Puwati Nishar Sapon online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
এজন মৌজাদাৰ, এটা চাহ খেতিয়কৰ পৰিয়াল আৰু তপস্বীৰ ভাও ধৰা এজন মাৰোৱাৰী মহাজনক কেন্দ্ৰ কৰি কাহিনীটো আগবাঢ়ে। জাল-জুৱাচুৰি, হত্যা আৰু প্ৰবঞ্চনাৰ মাজেৰে গৈ অৱশেষত ছবিৰ নামৰ সপোনটো, অৰ্থাৎ পুৱতি নিশাৰ সপোন, বাস্তৱ হৈ উঠে।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Phani Sarma
- Music director
- Bhupen Hazarika
নিৰ্মাণ Production
ফণী শৰ্মাই ছবিখন পৰিচালনা কৰে আৰু কাহিনী ও চিত্ৰনাট্য লিখে। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল।
অভিনয় কৰিছিল ইভা আচাও, জ্ঞানদা কাকতি, তচদ্দুক ইউচুফ, দুৰ্গা গোস্বামী, ফণী শৰ্মা, নিত্য মহন্ত, প্ৰবীন ফুকন, কুলেন গোস্বামী, নবীন গোস্বামী আদিয়ে। মুখত সদায় ধৰ্মীয় নাম লৈ থকা কুখ্যাত মাৰোৱাৰী চোৰাং বেপাৰীৰ ভূমিকাত বিৰাজ দাসৰ অভিনয় প্ৰশংসনীয় হৈছিল।
ভূপেন হাজৰিকাই সংগীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল। কণ্ঠ দিছিল ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আৰু বিৰজা দাসে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.

