মানৱ আৰু দানৱ

Manav Aru Danav
Directed by Indukalpa Hazarika

মানৱ আৰু দানৱ ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰীত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ইয়াৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকাৰ। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন নিৰ্মাণ হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Manav Aru Danav online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Indukalpa Hazarika
Music director
Jitu-Tapan

নিৰ্মাণ Production

ইন্দুকল্প হাজৰিকাই কাহিনী আৰু চিত্ৰনাট্য লিখি ছবিখন পৰিচালনা কৰিছিল। সংলাপ ৰচনা কৰিছিল নাট্যকাৰ প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ হৈ কাশীপ্ৰসাদ বিহানীয়ে ছবিখন প্ৰযোজনা কৰিছিল।

ছবিৰ সঙ্গীত জীতু-তপনৰ। গীত লিখিছে নুৰুল হক আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে। মুঠ সাতটা গীতৰ ভিতৰত এটা হিন্দী ভাষাৰ।

জানেনে? Trivia

  • One of the film's seven songs is in Hindi.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Indukalpa Hazarika

Also from 1971