ক'ত চাব Where to watch
We don't know of a legal way to watch Devi online right now. If you've seen it on a streaming service or an official channel, tell us.
নিৰ্মাণ Production
পৰিচালকদ্বয়ে নিজেই ছবিখনৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে আৰু গীত লিখিছিল এলি আহমেদ আৰু আমিনুল হকে। মুঠ চাৰিটা গীতত কণ্ঠদান কৰিছিল সমৰ হাজৰিকা, অশোক শইকীয়া আৰু মালবিকা বৰাই।
ছবিখন ১৯৮৪ চনৰ ২৪ জুলাইত মুক্তি পায়।
জানেনে? Trivia
- Devi was the first film as director for both Shambhu Gupta and Dara Ahmed.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.