তোমাৰ খবৰ

Tomar Khabar
Directed by Rajiv Bora

তোমাৰ খবৰ ২০১১ চনৰ ১৪ অক্টোবৰত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্‌চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা ছবিখনৰ মূল চৰিত্ৰত আছে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতম।

ক'ত চাব Where to watch

We don't know of a legal way to watch Tomar Khabar online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

বোলছবিখন মূলতঃ পাৰিবাৰিক কাহিনী আৰু ত্ৰিকোণ প্ৰেমৰ ওপৰত আধাৰিত। ২০০৮ চনৰ গুৱাহাটী বোমা বিস্ফোৰণৰ ঘটনাও কাহিনীত স্থান পাইছে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Rajiv Bora

নিৰ্মাণ Production

ছবিখন জীৱনধাৰা প্ৰডাক্‌চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা কৰিছে আৰু পৰিচালনা কৰিছে ৰাজীৱ বৰাই। চিত্ৰনাট্য আৰু সংলাপ মাণিক বৰাৰ, সম্পাদনা কাজুৰ আৰু সংগীত মৃণাল কান্তিৰ, গীতৰ কথা ডঃ লোহিন্দ্ৰ শইকীয়াৰ।

অভিনয়ত আছে ৰাগ ঐণিতম, বৰষাৰাণী বিষয়া, বিকি, নিকুমণি বৰুৱা, জুপিতৰা ভূঞা, দিলীপ বৰুৱা, অৰুণ হাজৰিকা, লিপিকা বৰা আৰু জুৰি শৰ্মা।

জানেনে? Trivia

  • Released on 14 October 2011.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Rajiv Bora

Also from 2011