ক'ত চাব Where to watch
We don't know of a legal way to watch Ronuwa online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
অত্যধিক বৰষুণৰ পিছত গুৱাহাটী নগৰত হোৱা কৃত্ৰিম বানপানীয়ে সাধাৰণ মানুহক কেনেকৈ কষ্ট দিয়ে, ছবিখনৰ কাহিনী তাৰ ওপৰতে আধাৰিত।
যাদৱ এজন ৰিক্সাচালক, যিয়ে কোনোমতে পৰিয়ালটো পোহপাল দিবলৈ উপাৰ্জন কৰে। তেওঁ আৰু তেওঁৰ পত্নী মাকনে সন্তানক সুশিক্ষিত কৰি তুলিব বিচাৰে, যাতে সিহঁতে নিজৰ সপোন পূৰণ কৰিব পাৰে। কিন্তু গুৱাহাটীত হোৱা বানপানীয়ে তেওঁলোকৰ জীৱনলৈ ধ্বংস মাতি আনে।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Chandra Mudoi
- Screenplay
- Chandra Mudoi
নিৰ্মাণ Production
ছবিখন পৰিচালনা কৰিছে অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় নিৰ্মাতা চন্দ্ৰ মুদৈয়ে, কাহিনীও তেওঁৰ। প্ৰযোজনা বৰ্ণালী ক্ৰিয়েটিভ ভিজন এণ্টাৰটেইনমেণ্টৰ। অভিনয় শিল্পীসকলৰ ভিতৰত আছে ৰাজীৱ ক্ৰ’, প্ৰণামী বৰা, বৰ্ণালী দত্ত আৰু ৰ’দালি বৰা।
সমালোচনা Reception
ৰণুৱাই ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰজতকমল লাভ কৰে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.