প্ৰেম আৰু প্ৰেম

Prem Aru Prem
Directed by Shambhu Gupta

প্ৰেম আৰু প্ৰেম ২০০২ চনৰ এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা, পৰিচালক শম্ভু গুপ্তা আৰু সংগীত জুবিন গাৰ্গৰ। এই ছবিৰ জৰিয়তেই আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰ জগতত প্ৰথমবাৰ অভিনয় কৰে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Prem Aru Prem online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Shambhu Gupta
Music director
Zubeen Garg

নিৰ্মাণ Production

ছবিখন পৰিচালনা কৰিছে শম্ভু গুপ্তাই আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। চাউণ্ডট্ৰেক ৰচনা কৰিছে জুবিন গাৰ্গে। গীত লিখিছে হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে।

আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি এই ছবিখনৰ যোগেদিয়েই হৈছিল।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2002