জীৱনী Biography
শিৱ প্ৰসাদ ঠাকুৰ (২২ চেপ্তেম্বৰ ১৯৩৭ - ৫ জানুৱাৰী ২০০৮) নাজিৰাত জন্ম হোৱা অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ মুঠ ১০খন অসমীয়া ছবি পৰিচালনা কৰিছিল, তাৰ ভিতৰত ফাগুনী (১৯৭৮), বোৱাৰী (১৯৮২), ঘৰ সংসাৰ (১৯৮৩), সোণ মইনা (১৯৮৫) আৰু অহিৰ ভৈৰৱ (২০০৭) উল্লেখযোগ্য।
সোণ মইনাই ১৯৮৪ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৭৩ চনৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত পদক লাভ কৰা মমতা ছবিখনৰ সহ-প্ৰযোজনাও তেওঁ কৰিছিল। ২০০৮ চনত ৭১ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।
Direction 5 films
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.