জীৱনী Biography
জিতুল সোণোৱাল অসমীয়া সংগীত জগতৰ এগৰাকী গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক, যিয়ে গীটাৰ আৰু কীবৰ্ডও বজাব পাৰে। নিৰিবিলি গধূলি, প্ৰতীক্ষা, বৃষ্টি, সোণালী আদি বহুকেইখন একক কণ্ঠৰ এলবাম তেওঁৰ আছে। অসমীয়া চলচ্চিত্ৰত তেওঁ হেপাহ (২০০৩) আৰু চেনাই মোৰ ধূলীয়া (২০০৫) ছবিৰ সংগীত পৰিচালনা কৰিছে।
Music 2 films
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.
