Marksheet

Directed by Ratan Sil Sarma

মাৰ্কশ্বীট ৰতন শীল শৰ্মা পৰিচালিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ছবিখনত প্ৰণামী বৰা, জিণ্টু কলিতা আৰু আদিত্য মল্লই অভিনয় কৰিছে। ২০১৬ চনৰ ৬ এপ্ৰিলত ছবিখন প্ৰেক্ষাগৃহত মুক্তি পাইছিল।