ক'ত চাব Where to watch
We don't know of a legal way to watch Avataran online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Tarunabh Dutta
নিৰ্মাণ Production
২০১২ চনৰ পৰা ছবিখনৰ প্ৰডাকচন আৰু প্ৰধান চিত্ৰগ্ৰহণ আৰম্ভ হয়। গুৱাহাটী আৰু ইয়াৰ আশে-পাশে চিত্ৰগ্ৰহণ কৰা হৈছিল। ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যম ছিল, গোবিন্দ মালাকাৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া আৰু সমীৰ ৰঞ্জনে।
প্ৰথমে ২০২০ চনৰ ২১ আগষ্টত ছবিখন মুক্তি দিয়াৰ কথা আছিল, কিন্তু ভাৰতত কভিড-১৯ মহামাৰীৰ বাবে মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয়।
Filming locations
- Guwahati - filming took place in and around the city
জানেনে? Trivia
- It is billed as the first Assamese science fiction film.
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.