ক'ত চাব Where to watch
We don't know of a legal way to watch Aei Maatile online right now. If you've seen it on a streaming service or an official channel, tell us.
নিৰ্মাণ Production
ড° সীতানাথ লহকৰে ছবিখন পৰিচালনা কৰিছে আৰু কাহিনী, সংলাপ আৰু গীতো ৰচনা কৰিছে। তেওঁৰে ৰচনা কৰা মঞ্চনাট তমসাৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য লিখা হৈছে। ছবিখন ২০১৭ চনৰ ৬ অক্টোবৰত মুক্তি লাভ কৰে।
সমালোচনা Reception
বক্স অফিচত ছবিখনে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিব নোৱাৰিলে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.