Biography জীৱনী
Gitawali Rajkumari is an actress from Jorhat district in Assam. She entered Assamese cinema with Krishnachura (1998), directed by Mridul Gupta, and gained notice in Munin Baruah's hit Hiya Diya Niya (2000). She has also appeared in Assamese VCD films and television serials.
Our database lists her in the casts of Patni (2003) and Eti Nakhyatra (2023).
গীতাৱলী ৰাজকুমাৰী অসমৰ যোৰহাট জিলাৰ এগৰাকী অভিনেত্ৰী। মৃদুল গুপ্তাই পৰিচালনা কৰা কৃষ্ণচূড়া (১৯৯৮) ছবিৰে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে, আৰু মুনিন বৰুৱাৰ চুপাৰহিট ছবি হিয়া দিয়া নিয়া (২০০০) তেওঁৰ অভিনয় জীৱনৰ উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন অসমীয়া ভিচিডি ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে।
আমাৰ তথ্যভাণ্ডাৰত তেওঁক পত্নী (২০০৩) আৰু এটি নক্ষত্ৰ (২০২৩) ছবিৰ অভিনেত্ৰী হিচাপে তালিকাভুক্ত কৰা হৈছে।
Acting 2 films
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.