জীৱনী Biography
ৰাখী গুলজাৰ (জন্মসূত্ৰে ৰাখী মজুমদাৰ) হিন্দী আৰু বঙালী চলচ্চিত্ৰৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰী। অসমীয়া চলচ্চিত্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক মাত্ৰ এখন ছবিৰ, ১৯৭০ চনৰ ৬ মে'ত মুক্তি পোৱা অপৰাজেয়। সমান্তৰাল ধাৰাৰ প্ৰভাৱপুষ্ট এই ছবিখনৰ মূল নাৰী চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।
অপৰাজেয়েই তেওঁ অভিনয় কৰা একমাত্ৰ অসমীয়া ছবি।
Acting 1 films
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.
