Pranami Bora

Actor

প্ৰণামী বৰা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। লিজিন বছৰ চুটিছবি ‘কণ্ডিচনছ এপ্লাই’ (2010)-ত অভিনয় কৰিয়েই তেওঁ অভিনয় জীৱন আৰম্ভ কৰে। আমাৰ তথ্যভাণ্ডাৰত তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত আছে ‘জীয়া জুৰিৰ সুবাস’, ‘অদম্য’ আৰু ‘শিনয়ৰ’ (2014), ‘অনুৰাধা’ (2015), ‘সোণাৰ বৰণ পাখি’ (2016), ‘শাকিৰা আহিবো বকুলতলৰ বিহুলৈ’ আৰু ‘চাকনৈয়া’ (2017), ‘মাৰ্কশ্বীট’ নামৰ দুখন ছবি (2018 আৰু 2019) আৰু ‘ৰণুৱা’ (2021)।

জীৱনী Biography

Acting 9 films

Sources

  1. Wikidata, Wikimedia Foundation
  2. Wikipedia (English), Wikimedia Foundation

Is this you, or do you have a correction? Last updated 9 October 2026.