সতী বেউলা

Sati Beula

সতী বেউলা (১৯৫৪) দশম অসমীয়া কথাছবি আৰু পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম অসমীয়া কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত ছবিখন নিৰ্মিত হয়, আৰু পৰিচালনা কৰে সুনীল গাঙ্গুলীয়ে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Sati Beula online right now. If you've seen it on a streaming service or an official channel, tell us.

নিৰ্মাণ Production

ছবিখন বঙালী আৰু অসমীয়া দুয়োটা ভাষাত নিৰ্মাণ কৰা হৈছিল আৰু দুয়োটা সংস্কৰণ ১৯৫৪ চনতেই মুক্তি পায়। বঙালী সংস্কৰণৰ মুখ্য ভূমিকাত আছিল ছবি বিশ্বাস। অসমীয়া সংস্কৰণটো মূলতঃ বঙালী ছবিৰ ৰূপান্তৰ আছিল, সেয়ে ইয়াৰ পটভূমিও বঙ্গ। অসমীয়া সংস্কৰণৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে, আৰু চান্দ সদাগৰৰ ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই।

জানেনে? Trivia

  • The Assamese version was an adaptation of a Bengali film released the same year.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1954