ক'ত চাব Where to watch
We don't know of a legal way to watch Aideu online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
ছবিখনত অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ হান্দিকৰ বিয়োগান্ত জীৱন আৰু সময়ৰ কাহিনী ফুটি উঠিছে। তেওঁ ১৯৩৫ চনৰ জয়মতী ছবিৰে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০০২ চনত মৃত্যুবৰণ কৰে।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
নিৰ্মাণ Production
নগাঁও ভিত্তিক ত্ৰিনয়ন মিডিয়া ফাউণ্ডেশ্বনৰ হৈ অৰূপ মান্নাই ছবিখন পৰিচালনা কৰে। ১৬ মিমি ফিল্মত অতি সীমিত ১৬,০০,০০০ টকাৰ বজেটত ছবিখন চিত্ৰায়ণ কৰা হয়।
সমালোচনা Reception
২০০৭ চনৰ ৮ ফেব্ৰুৱাৰীত মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত আইদেউৰ প্ৰথম প্ৰদৰ্শন হয়, তাৰ পিছত ছবিখন পুনে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, দিল্লী হেবিটেট ফিল্ম ফেষ্ট আৰু ২৫ সংখ্যক মিউনিখ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ যায়। ৫৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণীত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰে।
জানেনে? Trivia
- It was shot on 16 mm.
- Its subject, Aideu Handique, appeared in Joymoti (1935).
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.
