জীৱনী Biography
ৰবি শৰ্মা অসমীয়া চলচ্চিত্ৰৰ এজন অভিনেতা, গুৱাহাটীত জন্ম। মুনিন বৰুৱাৰ জনপ্ৰিয় ছবি হিয়া দিয়া নিয়া (২০০০)ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ পলে পলে উৰে মন (২০১১), ৰণাংগন (২০১৩), তুমি আহিবানে (২০১৭), ব্লেক এণ্ড হোৱাইট (২০২৩) আৰু ৰুদ্ৰ (২০২৫)ত অভিনয় কৰিছে। সুব্ৰত ককতি পৰিচালিত শ্ৰী ৰঘুপতিত তেওঁ অভিনয়ৰ লগতে লেখকৰ ভূমিকাও পালন কৰে।
চলচ্চিত্ৰৰ উপৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁ নিয়মিতভাৱে অভিনয় কৰি আহিছে আৰু বৰ্তমান হেংগুল থিয়েটাৰৰ সৈতে জড়িত। তেওঁৰ মাতৃ বন্দনা শৰ্মাও এগৰাকী অভিনেত্ৰী আছিল।
Acting 6 films
Writing 1 films
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.